অসম বৰেণ্য উন্মোচনী অনুষ্ঠান
অসম বৰেণ্য ঃ তৃতীয় খণ্ড [অসমৰ মহিলা বিশেষ ঃ প্ৰথম ভাগ] উন্মোচনী অনুষ্ঠানত তৃপ্তিকল্প হাজৰিকা, মলয়া গোস্বামী, পূৰ্ণিমা শইকীয়া, অনুভৱ পৰাশৰ, সুনীতি সোণোৱাল, ড॰ লীলাৱতী শইকীয়া বৰা আৰু প্ৰভাত গোস্বামীক দেখা গৈছে৷
২৫ ডিচেম্বৰ ২০২৪ চন
সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদন, অসম সাহিত্য সভা চৌহদ, গুৱাহাটী


